सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো কাম আদিত প্রবীণ বা দক্ষ হোৱা ভাব
उदाहरणे : ক্রিকেটত শচীনৰ নিপুণতা জগত বিখ্যাত
समानार्थी : দক্ষতা, নিপুণতা, পটুতা, প্রবীণতা, বিচক্ষণতা
अर्थ : কাৰোবাৰ অন্তর্নিহিত বৌদ্ধিক শক্তি
उदाहरणे : চাকৰি দিয়াৰ আগতে প্রার্থীসকলৰ দক্ষতা পৰীক্ষা কৰা হয়
समानार्थी : দক্ষতা
स्थापित करा