अर्थ : জ্যোতিষ শাস্ত্র অনুসৰি ৰাশিচক্রৰ একাদশ ৰাশি
उदाहरणे :
এই মাহৰ অন্তত সূর্য্য কুম্ভ ৰাশিত প্রৱেশ কৰিব
समानार्थी : কুম্ভ ৰাশি, কুম্ভৰাশি
अर्थ : মাটিৰ কলহ
उदाहरणे :
এই কুম্ভত পান কৰিবৰ বাবে স্বচ্ছ জল ৰখা হৈছে