अर्थ : অক্ষত যোনী কন্যা বা এনেকুৱা ছোৱালী যাৰ পুৰুষৰ সৈতে সহবাস হোৱা নাই
उदाहरणे :
বেশ্যালয়ত কুমাৰীৰ চাহিদা অতি বেছি
समानार्थी : অক্ষতযোনি নাৰী, কন্যা
अर्थ : অবিবাহিত স্ত্রীৰ নামৰ আগত লগোৱা এক সম্বোধন
उदाहरणे :
কুমাৰী প্রেমলতা আমাৰ শ্রেণীত পঢ়ে
अर्थ : যি গৰাকী মহিলাৰ বিবাহ হোৱা নাই
उदाहरणे :
মাক-দেউতাকক অবিবাহিত মহিলাৰ বিয়াৰ চিন্তাই মনোকষ্ট দিয়ে
समानार्थी : অবিবাহিত, অবিবাহিত মহিলা
अर्थ : যি স্ত্রী ৰজস্বলা হোৱা নাই
उदाहरणे :
তেওঁ দুর্গা পূজা উপলক্ষে এঘাৰগৰাকী কুমাৰীক ভোজ খুৱালে
समानार्थी : কুঁৱৰী