पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील কুন্তল शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

কুন্তল   বিশেষ্য

अर्थ : পিছফালে বা সোঁ আৰু বাঁওফালে পৰা শিৰৰ দীঘল চুলি

उदाहरणे : তেওঁৰ কেশগুচ্ছৰে আৱৰি ৰখা চেহেৰাটো মই ধৰিবই পৰা নাছিলোঁ

समानार्थी : কেশগুচ্ছ, চুলিৰ কোছা, সতিনী চুলি

अर्थ : মূৰৰ ঘন নোম অংশ

उदाहरणे : কʼলা দীঘল চুলি দেখিবলৈ ধুনীয়া

समानार्थी : অলক, কেশ, চুলি, মূর্ধজ, শিৰসিজ, শিৰোজ, শিৰোৰূহ

अर्थ : দীপকৰ চতুর্থ পুত্র হিচাপে গণ্য কৰা এক প্রকাৰৰ সম্পূর্ণ ্ৰাগ

उदाहरणे : কুন্তল ৰাগ গ্রীষ্মঋতুৰ দুপৰীয়া সময়ত গোৱা হয়

समानार्थी : কুন্তল ৰাগ

चौपाल