सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কুটিলতাপূর্ণ ব্যৱহাৰ কৰোতাজন
उदाहरणे : কুটিল লোকৰ মনৰ কথা কোনেও জানিব নোৱাৰে
समानार्थी : কুচক্রী
अर्थ : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য
उदाहरणे : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল
समानार्थी : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, জটিল, টান, দুষ্কৰ, দুৰূহ, সুকঠিন
अर्थ : যʼত কপটতা আছে বা যি কপটতাৰে পৰিপূর্ণ
उदाहरणे : তেওঁ ্ মোৰ সৈতে কপটপূর্ণ ব্যৱহাৰ কৰিছে
समानार्थी : কপটপূর্ণ, কপটময়, চলনাময়
स्थापित करा