अर्थ : অন্যান্য সৰু জীৱ-জন্তু ধৰা কুকুৰজাতীয় এবিধ বনৰীয়া হিংস্র জন্তু
उदाहरणे :
ভেৰাকেইটাই কুকুৰনেচীয়া বাঘটো দেখি ভয়তে লৰ দিলে
समानार्थी : কুকুৰনেচীয়া বাঘ, চোকাটি, লকয়া
अर्थ : কুকুৰনেচীয়া বাঘৰ মাইকী
उदाहरणे :
মাইকী কুকুৰনেচীয়াজনীয়ে পোৱালিক গাখীৰ খুৱাই আছে
समानार्थी : মাইকী কুকুৰনেচীয়া