सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : নতুনকৈ ওলোৱা গছৰ কোমল পাত
उदाहरणे : তেওঁ ্ গছৰ পৰা কুঁহিপাত ছিঙি আছে বসন্তকালত গছে কুঁহি মেলে
समानार्थी : কুঁহি, কুঁহিপাত, কোঁহ, নতুনপাত, নৱপত্র, নৱপল্লৱ, পত্রাঙ্কুৰ, পত্রোদ্গম
अर्थ : ৰোপিত বীজৰ পৰা প্রথমে ওলোৱা কোমল সৰু ঠাৰি যʼৰ পৰা নতুন পাত ওলায়
उदाहरणे : পথাৰত বুটমাহৰ গঁ্জালি ওলাইছে
समानार्थी : অংকুৰ, গঁ্জালি
स्थापित करा