सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে
उदाहरणे :
समानार्थी : কাষ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰ, তীৰভূমি, দাঁতি, পাৰ, বলুকা, সৈকত
अर्थ : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
उदाहरणे : এই কাঁহীখনৰ কাণটো বৰ পাতল
समानार्थी : কাণ, কাষ, প্রান্তৰ, মূৰ
अर्थ : কোনো বস্তু, স্থান আদিৰ কাষৰ ওখ অংশ
उदाहरणे : তেওঁ নদীৰ ্দাঁতিৰ পৰা পানীত জাপ মাৰি দিলে
समानार्थी : কাষ, দাঁতি, পাৰ
स्थापित करा