अर्थ : কোনো কার্যক্রমৰ বিষয়ে সকলো খা-খবৰ থকা সূচী
उदाहरणे :
কার্যক্রমণিকা মতে কার্যক্রম ্ পুৱা ন বজাৰ পৰা আৰম্ভ হʼব
समानार्थी : কার্যক্রম সূচী, কার্যক্রমণিকা
अर्थ : হোৱা অথবা কৰা কামৰ তালিকা
उदाहरणे :
মই এই মাহৰ কার্যসূচী তৈয়াৰ কৰি লৈছোঁ
समानार्थी : কার্য-সূচী, কার্য্য-সূচী, কার্য্যসূচী