अर्थ : দাঁত আদি বহুৱাই টুকুৰা, আঘাত বা ঘাঁ কৰা:ৰাতি শুৱাৰ সময়ত মহে বৰকৈ কামুৰিলে
उदाहरणे :
अर्थ : মুখত ভৰাই লৈ দুয়োপাৰি ্দাঁতেৰে বাৰে-বাৰে হেঁ্চা কার্য
उदाहरणे :
তেওঁ কলমটো কামুৰি আছে
समानार्थी : কামুৰি থকা, চোৱোৱা
अर्थ : মূৰৰ বিষ কৰা
उदाहरणे :
আধাঘণ্টাৰ পৰা মোৰ মুৰ কামুৰি আছে