सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কামনা-বাসনাত অতি বেছিকৈ লিপ্ত হৈ থকা ব্যক্তি
उदाहरणे : কামুকে জীৱনৰ সুখ শান্তি কাম-বাসনাৰ মাজত হে দেখা পাই
समानार्थी : কামী, বিষয়ী, ভোগী, লম্পট
अर्थ : যাৰ কামবাসনা বহুত
उदाहरणे : তেওঁ এজন ্কামুক ব্যক্তি
समानार्थी : কামপৰবশ, কামবিহ্বল, কামমোহিত, কামাত্মা, কামান্ধ, কামার্ত, কামাসক্ত, কামী, কামীন, বিষয়ী, ভোগী, লম্পট, ্কামাতুৰ, ্কামার্ত্ত, ৰতিপৰায়ণ, ৰতিবিহ্বল, ৰমণাভিলাষী
अर्थ : নীচ মনৰ আৰু নীচ চৰিত্রৰ ব্যক্তি:তেওঁ এক নম্বৰ লম্পট
उदाहरणे :
समानार्थी : খেচেৰা, খেচৰ, চৰিত্রহীন, দুশ্চৰিত্র, বদমাচ, ব্যভিচাৰী, লম্পট, লুচ্ছা
अर्थ : যি ব্যভিচাৰ কৰে
उदाहरणे : আদিবাসীসকলে এজন ব্যভিচাৰী ্কর্ম্্চাৰীক ধৰিলৈ বহুত পিটিলে
समानार्थी : কামী, খেচেৰা, খেচৰ, ব্যভিচাৰী, লম্পট, লুচ্ছা
स्थापित करा