अर्थ : সর্বশ্রেষ্ঠ জ্ঞান কৰা ঋতু বা মাঘ মাহৰ দ্বিতীয় পক্ষৰ আৰম্ভণিৰ পৰা চʼত মাহৰ প্রথম পক্ষৰ শেষলৈকে ধৰা সময়ছোৱা
उदाहरणे :
বসন্তৰ আগমনত প্রকৃতি জাতিষ্কাৰ হৈ উঠিল
समानार्थी :
ঋতুপতি, ঋতুৰাজ, কুসুমাকৰ, কুসুমাগম, বসন্ত, বসন্তকাল, মধুকাল, মধুমাস, হিমান্ত