पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील কাপ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

কাপ   বিশেষ্য

अर्थ : যি উপকৰণেৰে কিবা লিখা হয় যিহৰ দ্বাৰা লিখাৰ কাম কৰা হয়

उदाहरणे : প্রাচীন কালত মৌৰাৰ পাখি কলমৰ ৰূপত ব্যৱহাৰ কৰিছিল

समानार्थी : কলম

अर्थ : প্রতিযোগিতা আদিত বিজেতাক দিয়া পাত্রৰ আকাৰৰ ধাতুৰ নির্মিত বস্তু বিশেষ

उदाहरणे : তেওঁ ্দৌৰ প্রতিযোগিতাত অংশগ্রহণ কৰি ্স্বর্ণ্্কাপ অর্জন কৰিলে

अर्थ : কাগজ আদিত চিঞাহীৰ সংযোগত লিখা উপকৰণ

उदाहरणे : এই কলমটো মোক এজন বন্ধুৱে উপহাৰস্বৰূপে দিছে

समानार्थी : কলম, নিজৰি কাপ, পেন, লেখনী

अर्थ : জয়লাভৰ উপলক্ষে দিয়া বস্তু বিশেষ

उदाहरणे : এই কাপটো মই দৌৰ প্রতিযোগিতাত পাইছোঁ

समानार्थी : ট্রফী

अर्थ : চাহ বাকি খাবলৈ ধাতু, মাটি আদিৰে সজা এবিধ সৰু বাচন

उदाहरणे : কাপটো হাতৰ পৰা পৰি ভাগিল

समानार्थी : চষক, পান-পাত্র, পিয়লা, বাটি

चौपाल