सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : অনাহকত তর্ক কৰি থকা ব্যক্তি
उदाहरणे : কাজিয়াখোৰ ব্যক্তিৰ সৈতে কথা পতা উচিত নহয়
समानार्थी : কুতৰ্কী, বিতণ্ডাবাদী
अर्थ : যি সম্বন্ধত কাজিয়া বা গণ্ডগোল হʼব পাৰে
उदाहरणे : মই কোনো কন্দলীয়া বিষয়ত সোমাব নিবিচাৰোঁ
समानार्थी : কন্দলীয়া, দন্দখোৰ
अर्थ : সমানে সমানে কাজিয়া কৰোঁতা
उदाहरणे : কাজিয়াখোৰ মানুহৰ পৰা আঁতৰি থকাই ভাল
समानार्थी : কলহপ্রিয়, ্কর্কশ
अर्थ : যি ্কর্কশ ্স্বভাৱৰ বা যিয়ে কাজিয়া কৰি থাকে
उदाहरणे : মনোহৰ এজনী উগ্রা নাৰীৰ পাল্লাত পৰিল
समानार्थी : উগ্রা, দন্দুৰী
स्थापित करा