पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील কাঁটা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

কাঁটা   বিশেষ্য

अर्थ : মাছৰ দেহৰ ভিতৰত থকা কাঁইটৰ নিচিনা হাড়

उदाहरणे : মাছ খাই থাকোতে ৰামুৰ মুখত কাঁইট লাগি ধৰিলে

समानार्थी : কাঁইট, মাছৰ কাঁইট, মাছৰ কাঁটা

अर्थ : মানুহে আহাৰ খাওতে ব্যৱহাৰ কৰা ত্রিশুলৰ নিচিনা এবিধ আহিলা

उदाहरणे : কাটা, ছুৰিৰে আহাৰ খোৱাৰ ঢং সকলোৱে নাজানে

समानार्थी : কাটা

अर्थ : কোনো জোখ-মাখ কৰা উপকৰণত লাগি থকা দীঘল, মিহি, জোঙা অংশ, যি কোনো জোখ-মাপ দেখুৱায়

उदाहरणे : কম্পাচৰ কাঁটাই উত্তৰ-দক্ষিণ সূচিত কৰিছে

समानार्थी : কাটা

चौपाल