अर्थ : কোনো বস্তু আদি লুপ্ত হৈ অলপ থাকি যোৱা
उदाहरणे :
বৰষুণ নোহোৱাৰ ফলত নদীত পানী কমি আহিছে
समानार्थी : তাকৰ হোৱা, ন্যূন হোৱা
अर्थ : কোনো বস্তু আকাৰ, সীমা বা প্রসাৰতা আদিত সৰু হৈ অহা
उदाहरणे :
তেওঁৰ ্উপার্জন কমি আহিছে
समानार्थी : সংকুচিত হোৱা
अर्थ : যিটো কম হৈ আহিছে বা তললৈ গৈ আছে
उदाहरणे :
তেওঁলোকৰ মাজত কমি অহা আত্মীয়তা দেখি মই বিচলিত হʼলে
समानार्थी : হ্রাস পোৱা