अर्थ : যিজনে সাম্যবাদ মানি চলে
उदाहरणे :
সাম্যবাদীসকলে সমাজক এক নতুন দিশ দিবলৈ প্রয়াস কৰিলে
समानार्थी : সাম্যবাদী
अर्थ : সাম্যবাদৰ বা সাম্যবাদ সম্বন্ধী
उदाहरणे :
কেইবাজনো ডাঙৰ ডাঙৰ নেতা সাম্যবাদী বিচাৰধাৰাৰ দ্বাৰা প্রভাবিত হʼল
समानार्थी : সাম্যবাদী