सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি নিশ্চিত আৰু অটল দৈৱ বিধান মতে মানুহৰ সকলো কার্য আগতেই ঠিক হৈ থকা বুলি বিশ্বাস কৰা হয় আৰু যাৰ স্থান কপালত বুলি মনা হয়
उदाहरणे : কর্মত বিশ্বাস কৰা লোকে ভাগ্য বিশ্বাস নকৰে
समानार्थी : নিয়তি, ভাগ্য, ললাট
अर्थ : মূৰৰ ওপৰৰ ফালে থকা সন্মুখৰ অংশ
उदाहरणे : ৰামৰ কপালৰ পৰা তেজ বিৰিঙিছে
समानार्थी : অগ্রশিৰ, আগমূৰ, ভাল, ললাট
स्थापित करा