पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील কন্যা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

কন্যা   বিশেষ্য

अर्थ : মাইকী সন্তান:জীয়ৰী লোকৰ ধনৰ দৰে সীতা জনকৰ পুত্রী আছিল

उदाहरणे :

समानार्थी : ছোৱালী, জী, জীয়ৰী, তনয়া, দুহিতা, নন্দিনী, পুত্রী

अर्थ : অক্ষত যোনী কন্যা বা এনেকুৱা ছোৱালী যাৰ পুৰুষৰ সৈতে সহবাস হোৱা নাই

उदाहरणे : বেশ্যালয়ত কুমাৰীৰ চাহিদা অতি বেছি

समानार्थी : অক্ষতযোনি নাৰী, কুমাৰী

अर्थ : কম বয়সীয়া অবিবাহিত স্ত্রী

उदाहरणे : ছোৱালীবোৰে পুতলাৰ খেলা খেলিছে

समानार्थी : আপী, কন্যাসন্তান, চোকৰী, ছোৱালী, জীয়াৰী, বালিকা

अर्थ : বাৰটা ৰাশিৰ মাজৰ ছয় নম্বৰৰ ৰাশি

उदाहरणे : এই বছৰটো কন্যাৰাশিৰ লোকৰ কাৰণে ফলদায়ক হʼব

समानार्थी : কন্যা ৰাশি, কন্যাৰাশি

चौपाल