अर्थ : ভাৰতবর্ষৰ দক্ষিণ অঞ্চলত বিশেষভাৱে কর্ণাটকত কোৱা এক দ্রাবিড়ীয় ভাষা
उदाहरणे :
কুলকার্ণীদেৱে কন্নড় শিকি আছে
समानार्थी : কন্নড় ভাষা
अर्थ : যি লিপিত কন্নড় ভাষা লিখা হয়
उदाहरणे :
কামথে নিজৰ লʼৰাটোক কন্নড় লিখিবলৈ শিকাইছে
समानार्थी : কন্নড় লিপি
अर्थ : কর্ণাটক ৰাজ্যৰ অধিবাসী
उदाहरणे :
এইখন কন্নড়সকলৰ সভা
अर्थ : কর্ণাটকত থকা বা বসতি কৰা
उदाहरणे :
কন্নড় লোকৰ মাজত এনেধৰণৰ প্রথা আছে
अर्थ : কন্নড় ভাষাৰ সৈতে সম্বন্ধ থকা বা কন্নড় ভাষাৰ
उदाहरणे :
তেওঁ কন্নড় ্সাহিত্যৰ প্রতি বিশেষ ৰাপ আছে
अर्थ : কর্ণাটকৰ সৈতে সম্বন্ধ থকা
उदाहरणे :
মই কন্নড় সংস্কৃতিৰ সৈতে সম্পূর্ণৰূপে পৰিচিত