सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি বয়সত সকলোতকৈ সৰু
उदाहरणे : মোৰ কনিষ্ঠ ভাইটি আহিছে
समानार्थी : কণিষ্ঠ
अर्थ : পদ, মর্যাদা বা অৱস্থাত আদিত যি সৰু
उदाहरणे : তেওঁ নিজৰ কনিষ্ঠ ্সহকর্মীসকলৰ লগত যথেষ্ট ভাল সম্পর্ক ্ৰাখে
समानार्थी : অৱৰ
अर्थ : যাৰ জন্ম পিছত হৈছে
उदाहरणे : লক্ষ্মণ ৰামৰ অনুজ ভায়েক আছিল
समानार्थी : অনুজ, সৰু
अर्थ : সকলোতকৈ সৰু
उदाहरणे : মোৰ কনিষ্ঠ আঙুলিত বিষ হৈ আছে
स्थापित करा