सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বেছি কথা কোৱা ব্যক্তি
उदाहरणे : কথকীৰ মাজত মনে মনে থকাই ভাল
समानार्थी : অতিভাষী
अर्थ : বহুত কথা কʼব পৰাজন
उदाहरणे : প্রভুৰ কৃপাত বোবা লোকো কথকী হʼব পাৰে
समानार्थी : অতিভাষী, কথামাত্রসাৰ, চেলেপু, বহুবল্কী, বাকপটু, বাকসর্বস্ব, বৰকথকী, বৰকথীয়া, মুখসর্বস্ব
अर्थ : অদৰকাৰী কথা-বতৰা কওঁ্তাজন
उदाहरणे : ৰামু এজন বহুবল্কী ব্যক্তি
समानार्थी : বহুবল্কী
स्थापित करा