सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : পুৰুষৰ জননেন্দ্রিয়:লিঙ্গ শৰীৰৰ একেবাৰে স্পর্শ্্কাতৰ অংগ
उदाहरणे :
समानार्थी : অণ্ডকোষ, উপস্থ, ধকৰি, পুংশ্চিহ্ন, পুৰুষাঙ্গ, মুষ্ক, লিঙ্গ, শিশ্ন
अर्थ : স্তন্যপায়ী প্রাণীৰ মতা জাতিৰ লিঙ্গৰ তলৰ মোনা যʼত দুটা গুটি থাকে
उदाहरणे : তেওঁৰ কণীত ঘা হৈছে
समानार्थी : অণ্ড কোষ, অণ্ডকোষ, ধকৰি, মুষ্ক
अर्थ : যʼৰ পৰা চৰাই, মাছ আদি জন্ম হয়
उदाहरणे : তেওঁ ্ সদায় এটাকৈ কুকুৰা চৰাইৰ কণী খায়
समानार्थी : অণ্ড, অণ্ডা, ডিম, ডিমা, ডিম্ব
स्थापित करा