अर्थ : যʼত দয়া নাই:কংস এজন নির্দয় ব্যক্তি আছিল
उदाहरणे :
समानार्थी : অকৰুণ, অনুভূতিহীন, কঠিন, কঠোৰ, কাঠচিতীয়া, কাঠবুকুৱা, কৃপাহীন, ক্রুৰ, ক্রুৰমতি, কৰুণাহীন, দয়া-মায়াহীন, দয়াশূন্য, দয়াহীন, নিকৰুণ, নিদয়া, নিমৰমিয়াল, নির্ম্মম, নিষ্কৰুণ, নিষ্ঠুৰ, নি্র্দয়, নৃশংস, পাষাণহৃদয়, মমতাহীন, মায়াহীন, হিয়াহীন, হৃদয়শূন্য, হৃদয়হীন