सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : স্ত্রীৰ উৰা বস্ত্র বা চাদৰ
उदाहरणे : শশুৰেকৰ ঘৰলৈ যোৱাৰ সময়ত তেওঁ ্ৰঙা ওৰণি লৈ আছিল
समानार्थी : ওৰণি লোৱা চাদৰ, চাদৰ
अर्थ : মূৰৰ ওপৰত আঁচল লৈ মুখ ঢকা কার্য
उदाहरणे : গাঁৱত আজিও ওৰণিৰ প্রচলন আছে
समानार्थी : অৱগুণ্ঠন
स्थापित करा