अर्थ : কোনো কিতাপ আদি ছপা কৰি অনা
उदाहरणे :
তেওঁৰ কবিতাৰ আৰু এটা নতুন সংস্কৰণ ওলাইছে
समानार्थी : প্রকাশিত হোৱা
अर्थ : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য
उदाहरणे :
তেওঁ কংগ্রেছৰ পৰা ওলাল
समानार्थी : পৃথক হোৱা
अर्थ : ওচৰৰ পৰা গৈ থকা বা হাতত নথকা
उदाहरणे :
বদ অভ্যাসৰ কাৰণে তেওঁৰ ্চাকৰিটো গুচি গʼল
समानार्थी : গুচি যোৱা
अर्थ : ফোঁহাৰ ৰূপত শৰীৰত উৎপন্ন হোৱা
उदाहरणे :
গৰমৰ দিনত শুভমৰ শৰীৰত ্ফোঁহা ওলায়
अर्थ : হিচাপ হোৱাৰ পিছত কিছুমান ধন কাৰোবৰ জিম্মাত থাকি যোৱা
उदाहरणे :
আপোনাৰ পৰা মোৰ পাঁচ টকা ওলায়
अर्थ : প্রচলিত হোৱা
उदाहरणे :
ইয়াত সদায় নতু নতুন ফেশ্বনৰ কাপোৰ ওলায়
अर्थ : অনায়াসে উচ্চাৰিত হোৱা
उदाहरणे :
গুলী লগাৰ লগে লগে গান্ধীজীৰ মুখৰ পৰা হেʼ ৰাম ওলাল
अर्थ : অন্য কোনোফালে বাঢ়ি থকা
उदाहरणे :
এই মেজখনৰ কোণাটো অলপ ওলাইছে
अर्थ : নিজৰ উৎপত্তি স্থলৰ পৰা প্রকট হোৱা
उदाहरणे :
গংগা গংগোত্রীৰ পৰা ওলাইছে
समानार्थी : নি্র্গত ্হোৱা