पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ওলোমাই থোৱা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ওলোমাই থোৱা   ক্ৰিয়া

अर्थ : কোনো বস্তুক সহজে ওলাব নোৱাৰাকৈ কʼৰবাত স্থিৰ কৰি থোৱা কার্য

उदाहरणे : সৈনিকসকলে কামানটো শিলৰ ওপৰত লগালে

समानार्थी : লগোৱা

अर्थ : কাম সম্পূর্ণ ্কৰাত পলম কৰা কার্য

उदाहरणे : নিশ্চয় ্তেওঁৱেই মোৰ কামটো ওলোমাই থৈছে

अर्थ : তলৰ পৰা কোনো ওখ স্থানত এনে ধৰণে লগোৱা যাতে যথাস্থানত লাগি ধৰে বা অন্যফালে সকলো অংশ তলত পৰি ৰয়

उदाहरणे : শ্যামে কুৰ্তাটো খুটিটোত আঁৰিলে

समानार्थी : অঁৰা, আঁৰি থোৱা, ওলোমোৱা

चौपाल