अर्थ : ওপৰত থকা কোনো বস্তৰ কোনো অংশক তললৈ আধাৰহীন ভাৱে ৰখা কার্য
उदाहरणे :
শ্যামে ছাদৰ পৰা এডাল ৰচী ওলমাই আছে
समानार्थी : ওলমাই দিয়া
अर्थ : কোনো কাম আধৰুৱা হৈ থকা বা ৰোৱা
उदाहरणे :
আপোনাৰ কাৰণে মোৰ কামটো ওলমি আছে