पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील এজেণ্ট शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

এজেণ্ট   বিশেষ্য

अर्थ : কোনো বস্তু , চুক্তিপত্র আদি ক্রয়-বিক্রয় কৰাৰ সময়ত কিছু পাৰিশ্রমিকৰ বিনিময়ত মধ্যস্থতা কৰা লোক

उदाहरणे : এই গাড়ীখন মই দালালৰ যোগেদি কিনিলোঁ

समानार्थी : দালাল

अर्थ : কোনো ব্যক্তি বা সংস্থা আদিৰ ফালৰ পৰা তেওঁলোকৰ প্রতিনিধিৰ ৰূপত কিবা কৰিবৰ কাৰণে যাক নিয়োজিত কৰা হয়

उदाहरणे : শ্যাম এটা ব্যক্তিগত বেংকৰ এজেণ্ট

समानार्थी : অভি্কর্তা

चौपाल