अर्थ : আকাশ মার্গেৰে বা বতাহেদি এঠাইৰ পৰা আন এঠাইলৈ যোৱা:উৰাজাহাজখন সাগৰৰ ওপৰেৰে উৰি আছিল
उदाहरणे :
समानार्थी : উৰি থকা
अर्थ : স্থলত চলাচল কৰা বস্তুৰ অতি বেগেৰে চলোৱা কার্য
उदाहरणे :
চাবুকৰ কোব খোৱাৰ লগে লগেই ঘোঁৰাটো উৰিল
अर्थ : কোনো বস্তু আদি নির্দিষ্ট ঠাইৰ পৰা আঁতৰ হোৱা
उदाहरणे :
মেজত থোৱা কিতাপখন কʼত হেৰাল
समानार्थी : হেৰোৱা
अर्थ : ৰং , চমক আদি শেতা পৰি যোৱা এক অৱস্থা
उदाहरणे :
এবাৰ ধোৱনতে কাপোৰৰ ৰং উৰি যায়
समानार्थी : উৰি যোৱা
अर्थ : বতাহত ইফাল-সিফাল হৈ পৰা
उदाहरणे :
ধুমুহা অহাৰ কাৰণে শস্যৰ ভঁ্ৰালত ৰখা ভুচিখিনি উৰিল
समानार्थी : উৰি যোৱা
अर्थ : কাপোৰ-কানি আদি গাত ধাৰণ কৰা:তেওঁ ্ গা-পা ধুই ভাল কাপোৰ পিন্ধিলে
उदाहरणे :
समानार्थी : পিন্ধা, পৰিধান কৰা, লোৱা