अर्थ : উলহ-মালহেৰে পালন কৰা কোনো ডাঙৰ জাতীয়, ধার্মিক বা সামাজিক মাঙ্গলিক বা শুভ কার্য
उदाहरणे :
স্বাধীনতা দিৱস আমাৰ ৰাষ্ট্রীয় উৎসৱ
समानार्थी : উছৱ, পর্ব, পৰব, ্উৎসৱ-পার্বণ
अर्थ : উৎসৱ পালনৰ কাৰণে বেলেগকৈ ৰখা দিন বা সময়াবধি
उदाहरणे :
ঈদৰ উৎসৱ আকৌ কেতিয়া আহিব?
समानार्थी : সমাৰোহ