अर्थ : নাক বা মুখেৰে প্রাণীয়ে বতাহ শৰীৰৰ ভিতৰলৈ সুমুওৱা কার্য
उदाहरणे :
শ্বাস আৰু প্রশ্বাস শ্বসন ক্রিয়াৰ এক অবিচ্ছেদ্য অংগ
समानार्थी : শ্বাস
अर्थ : প্রাণীয়ে নাক বা মুখেৰে শৰীৰৰ ভিতৰলৈ সুমুৱাই নিয়া বতাহ
उदाहरणे :
উশাহত অক্সিজেনৰ পৰিমাণ অধিক থাকে
समानार्थी : শ্বাস