अर्थ : ওলটা-পোলোটা কৰা কার্য ্বা ভাব
उदाहरणे :
হনুমানে লংকাত ওলট-পালট লগাই দিলে
समानार्थी : ওলট-পালট
अर्थ : যিটো এফালৰ পৰা আনফাললৈ নিয়া হৈছে অথবা যিটো যেনেকুৱা হোৱা উচিত তেনেধৰণৰ নোহোৱা এক অৱস্থা
उदाहरणे :
তেওঁ ্উল্টা-সিধা কথা কৈ আমাক মূর্খ সাজিছে
समानार्थी : উলট-পালট, উল্টা-পাল্টা, উল্টা-সিধা