अर्थ : মিলি থকা বা কʼৰবাত লাগি থকা বস্তু পৃথক কৰা
उदाहरणे :
তেওঁ ্মৌচাকৰ পৰা মৌজোল উলিয়াই আছে
अर्थ : নির্দিষ্টভাৱে থকা ঠাইৰ পৰা আঁতৰ্ কৰা অৱস্থা
उदाहरणे :
কোনোবাই মোৰ নামটো ভোটাৰ তালিকাৰ পৰা আঁ্তৰালে
समानार्थी : আঁতৰোৱা, আঁ্তৰাই দিয়া, উলিয়াই দিয়া
अर्थ : স্থান, স্বামিত্ব, অধিকাৰ,পদ আদিৰ পৰা পৃথক কৰা
उदाहरणे :
মালিকে ৰহমানক চাকৰিৰ পৰা উলিয়াই দিলে
समानार्थी : বাহিৰ কৰা
अर्थ : জাৰি কৰা বা উপল্্ব্ধ কৰা কার্য
उदाहरणे :
চৰকাৰে নতুন ডাক টিকট উলিয়ালে
अर्थ : ভিতৰত সোমোই থকা কোনো বস্তু বাহিৰ কৰা কার্য
उदाहरणे :
নাপিতজনে ভৰিৰ ্কাঁইটডাল উলিয়ালে
अर्थ : লৈ যোৱা
उदाहरणे :
বৰদেউতাই নিজৰ একমাত্র পুত্রৰ বিয়া বৰ উলহ মালহেৰে উলিয়ালে
अर्थ : কোনো নতুন বস্তু তৈয়াৰ কৰা বা নতুন কথা বিচাৰি উলিওৱা
उदाहरणे :
টাটাই গাড়ীৰ চাৰিটা মডেল উলিয়াইছে
समानार्थी : আৱিষ্কৃত কৰা
अर्थ : কোনো বস্তুৰ মাজত পৰা বা সোমাই থকা বস্তু বাহিৰ কৰা
उदाहरणे :
তেওঁ ্গাখীৰত পৰি থকা মাখিটো উলিয়ালে
अर्थ : বাহিৰ কৰা
उदाहरणे :
তেওঁ নিজৰ মদাহী ভায়েকক ঘৰৰ পৰা উলিয়ালে
अर्थ : বিচাৰি সন্মুখত ৰখা কার্য
उदाहरणे :
পুলিচে চোৰটোৰ ঘৰৰপৰা চুৰি মালবস্তুবোৰ উলিয়ালে
समानार्थी : হস্তগত কৰা
अर्थ : অপ্রকাশিত বা অজ্ঞাত বস্তু অথবা বিষয়ৰ সন্ধান লাভ বা প্রকাশ
उदाहरणे :
এডিচনে বিজুনী চাকি আৱিষ্কাৰ কৰিছিল
समानार्थी : আৱিষ্কাৰ কৰা