सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : লক্ষ্যত উপনীত হʼবলৈ কৰা কাম বা চেষ্টা
उदाहरणे : এই কামটো সহজতে হʼবৰ বাবে কিবা এটা উপায় কওক
समानार्थी : পথ, পন্থা, মার্গ, ্সাধন
अर्थ : সন্মুখলৈ অহা দুটাতকৈ অধিক এনেকুৱা কথা বা কাম যাৰ ভিতৰত যিকোনো এটাকহে নিজৰ কাৰণে গ্রহণ কৰা হয়
उदाहरणे : ৰোগীজনক বেলেগ হস্পিতেললৈ নিয়াৰ বাহিৰে কোনো উপায় নাছিল
समानार्थी : বিপল্প
अर्थ : কোনো কামত আহুকাল বা জটিলতা নথকা যি অৱস্থা:মণ্ডপৰ চকীবোৰ অতিথিৰ সুবিধা হোৱাকৈ সজাই থৈছে
उदाहरणे :
समानार्थी : চল, দাও, বাট, সুচল, সুবিধা, সুযোগ, সুযোগ-সুবিধা
स्थापित करा