सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : উপযুক্ত হোৱা অৱস্থা বা ভাব
उदाहरणे : সামগ্রীৰ উপযুক্ততা চাইহে সেই সামগ্রী কিনা উচিত
समानार्थी : ঔচিত্য, সমীচীনতা
अर्थ : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়
उदाहरणे : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়
समानार्थी : ক্ষমতা, যোগ্যতা, সামর্থ্য
स्थापित करा