सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কামত অহা বা লগা কার্য
उदाहरणे : আমাৰ দেশত চাউলৰ প্রয়োগ বেছিকৈ হয়
समानार्थी : প্রয়োগ, ব্যৱহাৰ
अर्थ : কোনো বস্তুৰ ব্যৱহাৰ কৰি সুখ বা মজা লোৱা কার্য
उदाहरणे : এই কার্যালয়টোৰ সকলো বিষয়ববীয়াই কার্যালয়ৰ বস্তুবোৰৰ খুউব উপভোগ কৰে
समानार्थी : ভোগ
अर्थ : সুবিধা ভোগ কৰা কার্য
उदाहरणे : সামন্ত যুগত বেছিভাগ ধনৱান লোকে ভোগ-বিলাসতে নিজৰ জীৱন অতিবাহিত কৰিছিল
समानार्थी : ভোগ-বিলাস, সম্ভোগ, সুখ-ভোগ
स्थापित करा