अर्थ : যি অত্যাচাৰ কৰে
उदाहरणे :
কংস এজন অত্যাচাৰী শাসক আছিল
समानार्थी : অত্যাচাৰকাৰী, অত্যাচাৰী, অনাচাৰী, উৎপীড়ক, জুলুমবাজ
अर्थ : যি উপদ্রৱ কৰে
उदाहरणे :
তেওঁ এজন ্উৎপতীয়া ব্যক্তি
समानार्थी : উপদ্রৱ কর্তা, উপদ্রৱী, উৎপতীয়া, বদমাচ