पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील উপঢৌকন शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

উপঢৌকন   বিশেষ্য

अर्थ : কাৰোবাক সন্তুষ্ট বা প্রসন্ন কৰি ৰাখিবৰ কাৰণে দিয়া ধন

उदाहरणे : উৎকোচ পোৱাৰ লগে লগে বিষয়াজনে কামটো সোনকালে কৰি তোলে

समानार्थी : উৎকোচ

अर्थ : কাৰোবাক কিবা দি নিজৰ ফলীয়া কৰা কাৰ্য

उदाहरणे : বিনা পাৰিতোষিকেৰে চৰকাৰী কাৰ্যালয়ত কোনো কাম নহয়

समानार्थी : পাৰিতোষিক, ভেটি

अर्थ : কাৰোবাক বুজাই বঢ়াই নিজৰ অনুকূল কৰি কোনো কাৰ্যক প্ৰেৰিত কৰা কাৰ্য

उदाहरणे : চৰকাৰী কাৰ্যালয়ত উপঢৌকনেৰে কাম সমাধা হয়

चौपाल