सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যাৰ সহায়ত কোনো কাম সমাধা কৰা হয়
उदाहरणे : কুঠাৰ এবিধ সাধাৰণ সঁজুলি
समानार्थी : যতন, সঁজুলি, সাধন, হাতিয়াৰ, হাথিয়াৰ
अर्थ : কোনো বস্তু সাজিবলৈ বা কোনো কামত ব্যৱহৃত বস্তু
उदाहरणे : তেওঁ ্ বজাৰৰ পৰা নিজৰ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ খেলা সামগ্রী কিনিলে
समानार्थी : সাধন, সামগ্রী
स्थापित करा