अर्थ : উৎসাহ নোহোৱা অৱস্থা বা ভাব
उदाहरणे :
নিৰুৎসাহৰ কাৰণে মই এই কামটো কৰিব নোৱাৰিলোঁ
समानार्थी : অনুৎসাহ, উৎসাহহীনতা, নিৰুৎসাহ
अर्थ : উদ্যম বা পৰিশ্রমৰ অভাৱ
उदाहरणे :
মেচিনৰ যুগত পৰিশ্রমহীনতাৰ প্রকোপ দিনে দিনে বাঢ়ি গৈ আছে
समानार्थी : অনুদ্যম, পৰিশ্রমহীনতা