पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील উদাৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

উদাৰ   বিশেষণ

अर्थ : যিজন বহল হৃদয়ৰ

उदाहरणे : উদাৰ ৰজাই নিজৰ ৰাজপাট দান কৰি বনলৈ গুচি গʼল

समानार्थी : উদাৰচেতা, উদাৰচেতীয়া, দিলদাৰ

अर्थ : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক

उदाहरणे : সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে

समानार्थी : অকপট, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে

चौपाल