पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील উত্তাপ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

উত্তাপ   বিশেষ্য

अर्थ : উষ্ণ হোৱা অৱস্থা বা ভাব

उदाहरणे : গৰমৰ দিনত উষ্ণতা বৃদ্ধি পায়

समानार्थी : উমাজাল, উষ্ণতা, তাপ

अर्थ : বিজুলী, জুই বা প্রাকৃতিকভাৱে উৎপন্ন হোৱা এবিধ শক্তি, যাৰ প্রভাৱত বস্তু গৰম হয়, গলে বা ভাপ হৈ উৰি যায় আৰু যাৰ পৰা গৰম বা জ্বলা-পোৰা অনুভৱ কৰা যায়:তাপত হাত পুৰি গৈছে

उदाहरणे :

समानार्थी : উমাজাল, উষ্ণতা, উষ্ণত্ব, তাপ

अर्थ : শৰীৰত জ্বলা-পোৰা কৰা এক প্রকাৰৰ ৰোগ যাৰ বাবে কেতিয়াবা কেতিয়াবা শৰীৰত কিছুমান দানা সদৃশ গুটিও ওলায়

उदाहरणे : তেওঁ ইষদোষ্ণতাত ভুগিছে

समानार्थी : ইষদোষ্ণতা, উষ্ণতা

चौपाल