अर्थ : উচ্ছন্ন বা নষ্ট হোৱা
उदाहरणे :
ৰজাৰ সৈন্যই গাঁওবোৰ উছন কৰিলে
समानार्थी : অনিষ্ট কৰা, উছন হোৱা, ছাৰখাৰ কৰা, ধ্বংস কৰা, নষ্ট কৰা, নাশ কৰা, বিনাশ কৰা
अर्थ : বহুত সস্তা দামত বিক্রী কৰা
उदाहरणे :
মদাহীটোৱে নিজৰ মাটি সস্তাত বিক্ৰী কৰিলে
समानार्थी : সস্তাত বিক্ৰী কৰা
अर्थ : মানৱ বিহীন হোৱা
उदाहरणे :
ধুমুহা বৰষুণে ভালেমান বস্তি উছন কৰিলে