सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি আচাৰ-বিচাৰ, নীতি আদিৰ দৃষ্টিৰে মহান হয়
उदाहरणे : আমি আমাৰ পূর্বপুৰুষৰ উচ্চ আদর্শৰ ্পালন কৰিব লাগে
समानार्थी : শ্রেষ্ঠ
अर्थ : বহুত ডাঙৰ বিশেষ উচ্চতা সম্পন্ন বা যাৰ বিস্তাৰ ওপৰলৈ অধিক হয়
उदाहरणे : এভাৰেষ্ট হিমালয়ৰ সকলোতকৈ উচ্চত অৱস্থিত
समानार्थी : ওখ, ওখ-পাখ, চৰা, টিং, শিখৰ
अर्थ : জাতি, পদ, গুণ আদিৰ বিচাৰত ওপৰৰজন
उदाहरणे : শ্যাম উচ্চ বংশৰ
अर्थ : দীঘল শৰীৰৰ
उदाहरणे : অমিতাভ বচ্চন ওখ ব্যক্তি
समानार्थी : উচ্চতাযুক্ত, উচ্চতাসম্পন্ন, ওখ
स्थापित करा