सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : উদ্বিগ্ন হোৱা অৱস্থা বা ভাব
उदाहरणे : উদ্বিগ্নতাৰ কাৰণেই মই এই কামটোত মন বহুৱাব পৰা নাই
समानार्थी : উচপিচ, উচপিচনি, উদ্বগ্নতা, উৎকণ্ঠা, বিহ্বলতা
अर्थ : দোদুল্যমান, অশান্তি, কঠিনতা তথা ভয়ৰ পৰা ওপজা মনৰ অৱস্থা
उदाहरणे : মই এই কামটো কিমান সোনকালে শেষ কৰিব পাৰো দিনে-ৰাতিয়ে মোৰ তাৰেই চিন্তা হৈ থাকে
समानार्थी : খুদুৱনি, চিন্তা, চিন্তা-ভাৱনা, ভাবনা, ভাবনি, ভাৱনা
स्थापित करा