सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো
उदाहरणे : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব
समानार्थी : ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি
अर्थ : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ
उदाहरणे : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে
समानार्थी : জগত, জীৱলোক, ধৰণী, ধৰা, ধৰিত্রী, পৃথিৱী, বসুধা, বসুমতী, বিশ্ব, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী
अर्थ : ইহ সংসাৰৰ সৈতে সম্বন্ধ ৰাখোঁতা
उदाहरणे : ইহজগতৰ আনন্দ ক্ষণভঙ্গুৰ
समानार्थी : লৌকিক, সাংসাৰিক
स्थापित करा