अर्थ : কোনো কথা কʼবৰ বা কোনো বস্তু পাবৰ কাৰণে ওপজা মনোবৃত্তি:মানুহৰ সকলো ইচ্ছাই পূর্ণ নহয় তেওঁৰ্ পঢ়াৰ প্রতি খুউব আগ্রহ
उदाहरणे :
समानार्थी : অভিপ্রায়, অভিলাষ, অভীপ্সা, আকাংক্ষা, আকুল, আকূতি, আগ্রহ, আশা, আশা-দশা, আশা-ভাৰসা, ঈপ্সা, কামনা, খেয়াল, খেয়াল-খুচি, ধাউতি, বাঞ্ছা, বাসনা, ভাৰসা, মন, মর্জি, মর্জ্জি, স্পৃহা, হাউচ, হাবিলাস, হাবিয়াস, হাবিয়াহ, হেঁ্পাহ