सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যাক বন্ধা হৈছে
उदाहरणे : ৰামচৰিত মানসত তুলসীদাসে দোহা-চতুষ্পদীৰ ৰচনা আৱদ্ধ ছন্দত কৰিছে
समानार्थी : অমুক্ত, নিৱদ্ধ
अर्थ : আৱদ্ধ হৈ থকা
उदाहरणे : পিঞ্জৰাৰ চৰাইবোৰৰ আৱদ্ধ স্থিতি দেখি পুতৌ হয়
समानार्थी : বন্ধ
अर्थ : যিটো ওলাব-সোমাব নোৱাৰা হৈ থাকে বা পথত বাধাৰ সৃষ্টি হয়
उदाहरणे : সৌ বন্ধ নলাটো চাফা কৰি আছে
समानार्थी : অৱৰুদ্ধ, অৱৰোধিত, নিৰুদ্ধ, বন্ধ, বাধাগ্রস্ত, ৰুদ্ধ
स्थापित करा