अर्थ : আৰোহণ কৰা ব্যক্তি
उदाहरणे :
আৰোহীসকলৰ কাৰণে ঠায়ে-ঠায়ে জিৰণি কক্ষ সাজি দিয়া হৈছে
समानार्थी : আৰোহক
अर्थ : যিজনে কোনো ঘোৰা, গাড়ী বা বাহনৰ ওপৰত উঠি আছে
उदाहरणे :
যুদ্ধৰ সময়ত বহুতো আৰোহীয়ে বীৰগতি লাভ কৰিলে
अर्थ : কোনো বস্তুৰ ওপৰত উঠা বা বহা
उदाहरणे :
চাইকেল আৰোহী ব্যক্তিজন সৰি পৰিল
अर्थ : যাৰ ওপৰত উঠিব পৰা যায়
उदाहरणे :
আজি আমি এটা আৰোহী পাহাৰৰ ওপৰত উঠিম
अर्थ : কিহবাৰ ওপৰেৰে বগাই যোৱা বা উঠি যোৱা
उदाहरणे :
তেওঁ এই আৰোহী দলটোৰ লগত গৈ আছে